পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত এক বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে কালভাৰী ইংলিছ বিদ্যালয়, ৰতোৱা আদর্শ অংগনৱাদী কেন্দ্ৰ, আৰু মহাবিদ্যালয়ৰ চৌহদত বৃক্ষ ৰূপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ বৰুৱাই আদৰণি ভাষ‌‌ণেৰে আৰম্ভ কৰা বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত সকলোৱে পৰিৱেশক সুস্থ কৰি ৰখাৰ এক সংকল্প গ্ৰহণ কৰে । ইয়াৰ পিছতে ৰতোৱা অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সমূহৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰু এখন পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্লাষ্টিক প্ৰদূষণ ৰোধক মুখ্য বিষয় হিচাপে লৈ সমগ্ৰ বিশ্বৰ লগত খোজ মিলাই উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ শেষ কাৰ্যসূচীত প্লাষ্টিক ৰ পৰা হব পৰা ভয়াবহ প্ৰদূষণ সম্পৰ্কীয় এখন চুটি ছবি প্ৰদৰ্শনৰ জৰিয়তে সকলোৰে মাজত সজাগতা সৃষ্টিৰ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা হয় ।

Photos: