শাৰদীয় বিশেষ গ্ৰন্থ ল’টাৰী-২০২২
গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থ চৰ্চাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি তুলিবলৈ শাৰদীয় দুৰ্গাপূজাৰ সৈতে সঙ্গতি ৰাখি অসমীয়া বিভাগৰ সাহিত্য চ’ৰাই মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ২৯ ছেপ্তেম্বৰ, ২০২২ তাৰিখে এখনি গ্ৰন্থ ল’টাৰী অনুষ্ঠিত কৰে৷ প্ৰধানতঃ ছাত্ৰ-ছাত্ৰীৰ উৎসাহিত কৰাৰ উদ্দেশ্যেই উক্ত উপহাৰ খেলখনত শিক্ষকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ উপস্থিতিত গ্ৰন্থ ল’টাৰী খেলখন সুচাৰুৰূপে সম্পন্ন হৈ যায়৷ মুঠ বিজয়ীৰ […]
শাৰদীয় বিশেষ গ্ৰন্থ ল’টাৰী-২০২২ Read More »