পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

২২ ডিচেম্বৰ ২০২২ তাৰিখে মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ, আই.কিউ.এ.চি.ৰ সমন্বয়কে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিহালী মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° হিমাংশু হাজৰিকা। বিভাগৰ মুৰব্বী ড° অজয় দত্তই অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ গণিতৰ ওপৰত এক বক্তৃতাও প্ৰদান কৰে। উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুস্থিত হোৱা কুইজ প্ৰতিযোগিতা ‘মেথউইজ-২০২২‘ ৰ আঁতধৰে সহকাৰী অধ্যাপক জ্যোতিষ্ক ফুকনে। অনুষ্ঠানটোৰ মাজতে উপস্থিত হোৱা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায় লগতে পৰীক্ষাৰ ব্যস্ত সময়সূচিৰ মাজতো গণিত বিভাগে অনুষ্ঠানটো আয়োজন কৰা বাবে সন্তোষ প্ৰকাশ কৰে। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী অধ্যাপিকা স্বাতিলেখা নাগে