পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

National Sports Day 2023

ইংৰাজী ২৯/০৮/ ২০২৩ তাৰিখে সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত “ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৩” উদযাপন কৰা হয় । এই উপলক্ষে মহাবিদ্যালয়ত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । উক্ত প্ৰতিযোগিতা সমূহত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা দল কেইটিক “মেজৰ ধ্যানচান্দ বঁটা“ৰ বাবে নিৰ্বাচিত কৰা হয় ।
“মেজৰ ধ্যানচান্দ বঁটা” ৰ বাবে নিৰ্বাচিত কৰা দল কেইটা হল –
১) মহাত্মা গান্ধী দল (কৃষ্ণৱ বৰা, চন্দ্ৰন শৰ্মা, হিমাংশু দাহাল)
২) চাইনা নেহৱাল দল (পৰিশ্মিতা শৰ্মা, নিবেদিতা শৰ্মা)

Certificate of appreciation from Fit India Movement