পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

National Yoga Day – 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ৰাষ্ট্রীয় যোগ দিৱস পালন

সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীটো ৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হয় । ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ জিতু শইকীয়াৰ তত্বাৱধানত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক – কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে যোগাভ্যাসত অংশগ্ৰহন কৰে । যোগাভ্যাসৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ বৰুৱাই যোগৰ কচৰতে মানুহৰ স্বাস্থ্যত আনিব পৰা ধনাত্মক প্ৰভাৱ সমূহৰ বিষয়ে আলোকপাত কৰাৰ উপৰিও সকলোকে দৈনিক যোগাভ্যাস কৰিবলৈ আহ্বান জনায় ।

Photos: