পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত গণিত দিৱস পালন

বিহালীস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ২২ ডিচেম্বৰ ২০২৩ৰাষ্ট্ৰীয় গণিত দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ, আইকিউএচিৰ সমন্বয়কে বিশিষ্ট অতিথিৰূপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভাগৰ মুৰব্বী ড° অজয় দত্তই আদৰণি ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ গণিতৰ যাদুও প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত সহকাৰী অধ্যাপিকা স্বাতিলেখা নাগে গণিতৰ ওপৰত এটা বক্তৃতা প্ৰদান কৰে। উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুস্থিত হোৱা কুইজ প্ৰতিযোগিতা ‘মেথউইজ-২০২৩’ ৰ আঁতধৰে সহকাৰী অধ্যাপক ড° অজয় দত্ত আৰু স্বাতিলেখা নাগে । অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী অধ্যাপিকা স্বাতিলেখা নাগে

Photos: