পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Orientation Program for NAAC visit

ইংৰাজী ৩ মাৰ্চ, ২০২৩ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু কৰ্মচাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council) চমুকৈ NAAC ৰ প্ৰস্তুতি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষই NAAC ৰ স্বীকৃতিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি সকলোকে পূৰ্ণ সহযোগিতাৰে কাম কৰি NAAC ৰ প্ৰস্তুতি চলাই যাবলৈ আহ্বান জনায় আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষই NAAC ৰ স্বীকৃতিৰ ক্ষেত্ৰত থাকিব পৰা বাধা সমূহৰ বিষয়ে আলোকপাত কৰে । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক (IQAC Coordinator) Dr. Valentina Teronpi এ NAAC ৰ স্বীকৃতিৰ বাবে কৰিব লগীয়া প্ৰস্তুতিৰ বিভিন্ন কাৰিকৰী দিশ সমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে আৰু পূৰ্ণ প্ৰস্তুতিৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।

Photos: