পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

December 2022

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

২২ ডিচেম্বৰ ২০২২ তাৰিখে মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ, আই.কিউ.এ.চি.ৰ সমন্বয়কে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিহালী মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° হিমাংশু হাজৰিকা। বিভাগৰ মুৰব্বী ড° অজয় দত্তই অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ গণিতৰ ওপৰত এক বক্তৃতাও প্ৰদান কৰে। উপস্থিত …

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন Read More »

“পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰ

১৬ ডিচেম্বৰ ২০২২ ইং, শুক্ৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈ মহাবিদ্যালয়ৰ যুৱ টুৰিজ্যম ক্লাবৰ উদ্যোগত আৰু বাণিজ্য প্ৰশাসনীয় বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত “পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” (Tourism: Prospects and Role of Students) শীৰ্ষক এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুপৰীয়া ১২ বজাৰ পৰা ১২.৪৫ বজালৈ “উত্তৰ-পূৱ ভাৰতৰ পৰ্যটন” …

“পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰ Read More »

মহাবিদ্যালয়ৰ প্ৰীতি বনভোজ

ইংৰাজী ১১ ডিচেম্বৰ ২০২২ তাৰিখ‌ ৰবিবাৰে, মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ তথা অধ্যক্ষৰ পৰিয়ালে মিলি অসম-অৰুণাচল সীমান্তবৰ্তী চিজুচাত এটি প্ৰীতি বনভোজৰ আয়োজন কৰে।

International Conference On Biodiversity

Conference Topic: International Conference On Biodiversity: Exploration, Exploitation And Conservation For Sustainable Development Biodiversity has a significant place in today’s society, not only as a link to our heritage and the traditional use of natural resources but also as a basis for economic stability and growth. Sustainable management of biodiversity integrates the social, environmental and …

International Conference On Biodiversity Read More »

অসমীয়া ডি. টি. পি.ৰ বিনামূলীয়া প্ৰশিক্ষণ

গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থ চৰ্চাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি তুলিবলৈ শাৰদীয় দুৰ্গাপূজাৰ সৈতে সঙ্গতি ৰাখি অসমীয়া বিভাগৰ সাহিত্য চ’ৰাই মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ২৯ ছেপ্তেম্বৰ, ২০২২ তাৰিখে এখনি গ্ৰন্থ ল’টাৰী অনুষ্ঠিত কৰে৷ প্ৰধানতঃ ছাত্ৰ-ছাত্ৰীৰ উৎসাহিত কৰাৰ উদ্দেশ্যেই উক্ত উপহাৰ খেলখনত শিক্ষকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ উপস্থিতিত গ্ৰন্থ ল’টাৰী খেলখন সুচাৰুৰূপে সম্পন্ন হৈ যায়৷ মুঠ বিজয়ীৰ …

অসমীয়া ডি. টি. পি.ৰ বিনামূলীয়া প্ৰশিক্ষণ Read More »