পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

অসমীয়া ডি. টি. পি.ৰ বিনামূলীয়া প্ৰশিক্ষণ

ইংৰাজী ১/১২/২০২২ তাৰিখে মহাবিদ্যালয়ত অসমীয়া ডি. টি. পিৰ তিনিমহীয়া বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ , উপাধ্যক্ষ, অধ্যাপকমণ্ডলী, ছাত্ৰ-ছাত্ৰী তথা নিমন্ত্ৰিত অতিথি কবি, সমাজসেৱক আৰু পৰ্যটন গাইড অলক দাসৰ উপস্থিতিত বিশিষ্ট লেখক আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰতন পালে প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে৷ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই অসমীয়া ডি.টি. পিৰ ব্যৱসায়িক জীৱনত প্ৰয়োজনীয়তা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে বক্তব্য দাঙি ধৰে আৰু ড° শেখৰ জ্যোতি বৈশ্যৰ তৎপৰতা আৰু অসমীয়া ডি. টি. পিৰ বিনামূলীয়া প্ৰশিক্ষকৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ড° বিতোপন দাৱক ধন্যবাদ জনায়৷ বিশিষ্ট অতিথি ৰতন পালে অসমীয়া লিপিৰ প্ৰসংগৰে ডি.টি.পিৰ গুৰুত্বৰ বিষয়ে এক দীঘলীয়া বক্তব্য প্ৰদান কৰে৷ সভাখনৰ আঁত ধৰে সহকাৰী অধ্যাপক ড° বিতোপন দাৱে৷