পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

নৱাগত আদৰণি সভা--২০২২

24th Sept, 2022

যোৱা ইং ২৪/৯/২২ তাৰিখ শনিবাৰে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ সহধৰ্মিনী শ্ৰীমতী নিৰু বৰুৱাই উন্মোচন কৰে আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত টংকেশ্বৰ বৰুৱাই বৃক্ষৰোপণ কৰে। অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে তন্ময় শইকীয়া।
আনহাতে যোৱা ইং ২৫/৯/২২ তাৰিখ দেওবাৰে মহাবিদ্যালয়খনৰ মিচিং ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰীৰ উদ্যোগত মহা উলহ মালহেৰে কাংকিন কৌবাং অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে আয়োজক কমিটীৰ সভাপতি শ্ৰী জ্যোতি পেগুৱে পতাকা উত্তোলন কৰে আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° শেখৰ জ্যোতি বৈশ্যই বৃক্ষৰোপণ কৰে। কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভাৰ সভাপতি শ্ৰী দিপেন কামানে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটো বাৰেৰহনীয়া কাৰ্যসুচীৰে সামৰণি পৰে। সভাৰ অন্যতম আকৰ্ষণ আছিল গনেশ পেগুৰ গীতৰ শৰাই আৰু ৰজাবাৰীৰ পুনচা:নে আপ্পুন ডান্চ একাডেমীৰ নৃত্যৰ অনুষ্ঠান।