Freshers – 2022

নৱাগত আদৰণি সভা–২০২২ 24th Sept, 2022 যোৱা ইং ২৪/৯/২২ তাৰিখ শনিবাৰে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ সহধৰ্মিনী শ্ৰীমতী নিৰু বৰুৱাই উন্মোচন কৰে আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত টংকেশ্বৰ বৰুৱাই বৃক্ষৰোপণ কৰে। অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেবাগৰাকীও […]

Freshers – 2022 Read More »