পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Events

Celebration of International Women’s Day-2023

A One Day Interactive Online Talk on the occasion of International Women’s Day, 2023 was jointly organized by the Department of English and the Department of Statistics in association with the IQAC and Women Cell on 08th March, 2023. The UN’s theme for International Women’s Day 2023, “DigitALL: Innovation and Technology for Gender Equality” was …

Celebration of International Women’s Day-2023 Read More »

Orientation Program for NAAC visit

ইংৰাজী ৩ মাৰ্চ, ২০২৩ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু কৰ্মচাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council) চমুকৈ NAAC ৰ প্ৰস্তুতি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষই NAAC ৰ স্বীকৃতিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি সকলোকে পূৰ্ণ সহযোগিতাৰে কাম কৰি NAAC ৰ …

Orientation Program for NAAC visit Read More »

National Science Day celebration – 2023

Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya (PDUAM), Behali celebrated the National Science Day – 2023 by organizing various event spanning through three days from 25th February to 28th February. These events were organized jointly by the Department of Physics & Chemistry in association with Internal Quality Assurance Cell of PDUAM Behali. On the first day i.e …

National Science Day celebration – 2023 Read More »

৪ ৰ্থ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উদাযাপন – ২০২৩

ইংৰাজী ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ‘৪ ৰ্থ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ’ অনুষ্ঠিত হৈ যায় ৷ তদুপলক্ষে ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ বাবে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাসমূহত ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ বৌদ্ধিক, মানসিক তথা ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিভাৰ প্ৰতিফলন ঘটায় ৷ অনুষ্ঠানৰ প্ৰথম দুটা দিনত ব্যক্তিগত আৰু দলীয় প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় আৰু তৃতীয় …

৪ ৰ্থ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উদাযাপন – ২০২৩ Read More »

Two Days International Conference in PDUAM, Behali

The Department of Botany in collaboration with the Department of Zoology and IQAC Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya (PDUAM), Behali, successfully organized the 2nd International Conference “Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development (ICB-2023)” on 10th and 11th February, 2023. About 300 researchers from Bhutan, Tanzania, Nepal, Bangladesh, Ethiopia, Kashmir, and Kerala participated in …

Two Days International Conference in PDUAM, Behali Read More »

Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development

যোৱা ইং ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু প্ৰাণী বিজ্ঞান বিভাগ তথা IQAC ৰ সহযোগত “Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development (ICB-2023)” শীৰ্ষক ২য় আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন সুচাৰুৰূপে সম্পন্ন হৈ যায়। ভুটান, টানজেনিয়া, নেপাল, বাংলাদেশ, ইথিওপিয়া, কাশ্মীৰ, কেৰেলাকে ধৰি দেশ বিদেশৰ প্ৰায় …

Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development Read More »

অবিভক্ত শোণিতপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা

ইং ৩ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে শ্ৰী কুকিল ভড়ালীৰ সভাপতিত্বত অবিভক্ত শোণিতপুৰ জিলাৰ কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণী ভাষণেৰে আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ জেষ্ঠ কৰ্মচাৰী শ্ৰী অনন্ত বৰঠাকুৰে। সভাত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ …

অবিভক্ত শোণিতপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা Read More »

সৰস্বতী পূজা উদযাপন – ২০২৩

২৬/০১/ ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰৰে সৰস্বতী পূজা উদযাপন কৰা হয়। সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰে মহাবিদ্যালয়ৰ চৌপাশ৷ পূজাৰ শেষত উদ্যোক্তামণ্ডলীয়ে এটি প্ৰীতিভোজো আয়োজন কৰে৷

৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

২৬/০১/ ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত  অধ্যক্ষই গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে সমাজ, দেশ তথা দহৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইয়াৰ পিছতে ৭.৩০ বজাত অধ্যক্ষই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু …

৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন Read More »

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

২২ ডিচেম্বৰ ২০২২ তাৰিখে মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ, আই.কিউ.এ.চি.ৰ সমন্বয়কে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিহালী মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° হিমাংশু হাজৰিকা। বিভাগৰ মুৰব্বী ড° অজয় দত্তই অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ গণিতৰ ওপৰত এক বক্তৃতাও প্ৰদান কৰে। উপস্থিত …

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন Read More »