পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

২৬/০১/ ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত  অধ্যক্ষই গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে সমাজ, দেশ তথা দহৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ইয়াৰ পিছতে ৭.৩০ বজাত অধ্যক্ষই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।