পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

শাৰদীয় বিশেষ গ্ৰন্থ ল’টাৰী-২০২২

গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থ চৰ্চাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি তুলিবলৈ শাৰদীয় দুৰ্গাপূজাৰ সৈতে সঙ্গতি ৰাখি অসমীয়া বিভাগৰ সাহিত্য চ’ৰাই মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ২৯ ছেপ্তেম্বৰ, ২০২২ তাৰিখে এখনি গ্ৰন্থ ল’টাৰী অনুষ্ঠিত কৰে৷ প্ৰধানতঃ ছাত্ৰ-ছাত্ৰীৰ উৎসাহিত কৰাৰ উদ্দেশ্যেই উক্ত উপহাৰ খেলখনত শিক্ষকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ উপস্থিতিত গ্ৰন্থ ল’টাৰী খেলখন সুচাৰুৰূপে সম্পন্ন হৈ যায়৷ মুঠ বিজয়ীৰ সংখ্যা আছিল ২৪ গৰাকী৷ বিজয়ীসকলক অসমীয়া সাহিত্যত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত গ্ৰন্থৰে সন্মানিত কৰা হৈছিল৷