৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন আজি ইংৰাজী ১৫/০৮/ ২০২৩ তাৰিখে সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত অধ্যক্ষই স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে […]
৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন Read More »






