পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত এক বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে কালভাৰী ইংলিছ বিদ্যালয়, ৰতোৱা আদর্শ অংগনৱাদী কেন্দ্ৰ, আৰু মহাবিদ্যালয়ৰ চৌহদত বৃক্ষ ৰূপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ বৰুৱাই আদৰণি ভাষণেৰে আৰম্ভ কৰা বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত সকলোৱে পৰিৱেশক সুস্থ কৰি ৰখাৰ এক সংকল্প গ্ৰহণ কৰে । […]
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন Read More »







