Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development
যোৱা ইং ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু প্ৰাণী বিজ্ঞান বিভাগ তথা IQAC ৰ সহযোগত “Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development (ICB-2023)” শীৰ্ষক ২য় আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন সুচাৰুৰূপে সম্পন্ন হৈ যায়। ভুটান, টানজেনিয়া, নেপাল, বাংলাদেশ, ইথিওপিয়া, কাশ্মীৰ, কেৰেলাকে ধৰি দেশ বিদেশৰ প্ৰায় […]
Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development Read More »









