পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Events

Sri Aurobindo’s Birth Anniversary Celebration

With the presence of the Principal, Vice-principal, faculties and students, a programme is organised by Sri Aurobindo Society, Gingia today on 15.08.2023 at Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya, Behali to celebrate the 151st birth anniversary of Sri Aurobindo. The programme starts with the burning of incense sticks and offering of flower before the image of […]

Sri Aurobindo’s Birth Anniversary Celebration Read More »

৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন আজি ইংৰাজী ১৫/০৮/ ২০২৩ তাৰিখে সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত অধ্যক্ষই স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে

৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন Read More »

Parents-Guardian Meet, 23 June 2023

On June 23, 2023, a highly anticipated Parent/Guardian Meet was held at Hall No. 10 of PDUAM (Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya), Behali. The purpose of this meet was to foster stronger communication between the faculty and the parents/guardians, providing them with an opportunity to discuss the academic progress, well-being, and overall development of their

Parents-Guardian Meet, 23 June 2023 Read More »

National Yoga Day – 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ৰাষ্ট্রীয় যোগ দিৱস পালন সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীটো ৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হয় । ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ জিতু শইকীয়াৰ তত্বাৱধানত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক – কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে যোগাভ্যাসত অংশগ্ৰহন কৰে । যোগাভ্যাসৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ

National Yoga Day – 2023 Read More »

Kalaguru Bishnu Rabha Divas 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ ‘সাহিত্য চ’ৰা, অসমীয়া বিভাগ’ৰ উদ্যোগত ২০ জুন, ২০২৩ তাৰিখে মহাবিদ্যালয়ত ‘বিষ্ণু ৰাভা দিৱস‘ উদযাপন কৰা হয়। দিনৰ ১১.০০ বজাৰপৰা অনুষ্ঠিত অনুষ্ঠানটিৰ কাৰ্যসূচী শুভাৰম্ভ হয় মহাবিদ্যালয়ৰ তিনিগৰাকী সহকাৰী অধ্যাপিকাই পৰিৱেশন কৰা সমবেত সংগীতেৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে। অসমীয়া

Kalaguru Bishnu Rabha Divas 2023 Read More »

Free Health Camp, June 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী শিক্ষক সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী শিক্ষক সন্থা (পিবিটিএ)ৰ উদ্যোগত আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ১০ জুন, ২০২৩ তাৰিখে ২ নং ৰতোৱা প্ৰাথমিক বিদ্যালয়ত জন্মৰ পৰা চৈধ্য বছৰ বয়সৰ শিশুৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত

Free Health Camp, June 2023 Read More »

Orientation Program Cum Standards Writing Competition

PDUAM Behali has successfully completed an Orientation Program Cum Standards Writing Competition in collaboration with BIS Govt. India on 09-06-2023. The program was inaugurated by Principal Dr. Debojit Baruah and the welcome address was delivered by the Mentor Dr. Dhrubajyoti Chakravarty, Assistant Professor, PDUAM, Behali.. The two resource persons Mr. Benjamin Goldsmith and Mr. Sanjib

Orientation Program Cum Standards Writing Competition Read More »

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত এক বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে কালভাৰী ইংলিছ বিদ্যালয়, ৰতোৱা আদর্শ অংগনৱাদী কেন্দ্ৰ, আৰু মহাবিদ্যালয়ৰ চৌহদত বৃক্ষ ৰূপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ বৰুৱাই আদৰণি ভাষ‌‌ণেৰে আৰম্ভ কৰা বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত সকলোৱে পৰিৱেশক সুস্থ কৰি ৰখাৰ এক সংকল্প গ্ৰহণ কৰে ।

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন Read More »

World No Tobacco Day Celebration, 2023

PDUAM-Behali in association with District Tobacco Control Cell, Biswanath celebrated World No Tobacco Day on 31st May 2023. Students, teaching and none-teaching staff of PDUAM Behali and Kasturba Gandhi Balika Vidyalaya, Behali as well as members from District Tobacco Control cell, Biswanth took part in the event. The event was started with a awareness rally

World No Tobacco Day Celebration, 2023 Read More »

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন

অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ লগত সংগতি ৰাখি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ইংৰাজী ৩ মে তাৰিখে ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন কৰা হয় । মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বহাগী উৎসৱত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে । স্থানীয় জেং বিহু দলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত দলীয়

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন Read More »