পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Events

National Yoga Day – 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ৰাষ্ট্রীয় যোগ দিৱস পালন সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীটো ৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হয় । ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ জিতু শইকীয়াৰ তত্বাৱধানত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক – কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে যোগাভ্যাসত অংশগ্ৰহন কৰে । যোগাভ্যাসৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ …

National Yoga Day – 2023 Read More »

Kalaguru Bishnu Rabha Divas 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ ‘সাহিত্য চ’ৰা, অসমীয়া বিভাগ’ৰ উদ্যোগত ২০ জুন, ২০২৩ তাৰিখে মহাবিদ্যালয়ত ‘বিষ্ণু ৰাভা দিৱস‘ উদযাপন কৰা হয়। দিনৰ ১১.০০ বজাৰপৰা অনুষ্ঠিত অনুষ্ঠানটিৰ কাৰ্যসূচী শুভাৰম্ভ হয় মহাবিদ্যালয়ৰ তিনিগৰাকী সহকাৰী অধ্যাপিকাই পৰিৱেশন কৰা সমবেত সংগীতেৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে। অসমীয়া …

Kalaguru Bishnu Rabha Divas 2023 Read More »

Free Health Camp, June 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী শিক্ষক সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী শিক্ষক সন্থা (পিবিটিএ)ৰ উদ্যোগত আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ১০ জুন, ২০২৩ তাৰিখে ২ নং ৰতোৱা প্ৰাথমিক বিদ্যালয়ত জন্মৰ পৰা চৈধ্য বছৰ বয়সৰ শিশুৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত …

Free Health Camp, June 2023 Read More »

Orientation Program Cum Standards Writing Competition

PDUAM Behali has successfully completed an Orientation Program Cum Standards Writing Competition in collaboration with BIS Govt. India on 09-06-2023. The program was inaugurated by Principal Dr. Debojit Baruah and the welcome address was delivered by the Mentor Dr. Dhrubajyoti Chakravarty, Assistant Professor, PDUAM, Behali.. The two resource persons Mr. Benjamin Goldsmith and Mr. Sanjib …

Orientation Program Cum Standards Writing Competition Read More »

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত এক বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে কালভাৰী ইংলিছ বিদ্যালয়, ৰতোৱা আদর্শ অংগনৱাদী কেন্দ্ৰ, আৰু মহাবিদ্যালয়ৰ চৌহদত বৃক্ষ ৰূপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ বৰুৱাই আদৰণি ভাষ‌‌ণেৰে আৰম্ভ কৰা বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত সকলোৱে পৰিৱেশক সুস্থ কৰি ৰখাৰ এক সংকল্প গ্ৰহণ কৰে । …

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত বিশ্ব পৰিৱেশ দিৱস উদযাপন Read More »

World No Tobacco Day Celebration, 2023

PDUAM-Behali in association with District Tobacco Control Cell, Biswanath celebrated World No Tobacco Day on 31st May 2023. Students, teaching and none-teaching staff of PDUAM Behali and Kasturba Gandhi Balika Vidyalaya, Behali as well as members from District Tobacco Control cell, Biswanth took part in the event. The event was started with a awareness rally …

World No Tobacco Day Celebration, 2023 Read More »

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন

অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ লগত সংগতি ৰাখি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ইংৰাজী ৩ মে তাৰিখে ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন কৰা হয় । মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বহাগী উৎসৱত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে । স্থানীয় জেং বিহু দলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত দলীয় …

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন Read More »

Two Days Workshop on Induced fish breeding

The Department of Zoology, PDUAM-Behali in association with Pabhoi Fish Farm organised a two-day workshop on induced fish breeding at Pabhoi Fish Farm. The farm is registered network hatchery under NFDB-NFFBB, Govt. of India. Mr. Bhargav Kr. Bhagawati, the Managing Director of the farm was the resource person of this workshop, who taught both theoretical …

Two Days Workshop on Induced fish breeding Read More »

One Day Orientation Programme on Various Govt. Schemes for BPL Community

A One day orientation programme on various government schemes for the BPL community was organised by the College in association with Block Development Office, and Child Development Project Office, Rotowa, Biswanath on 11th April 2023. All members of BPL cell of the college along with other faculty members, non-teaching staff of the college and some …

One Day Orientation Programme on Various Govt. Schemes for BPL Community Read More »

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ছাত্ৰ দিৱস ২০২৩ উদযাপন

‘ছাত্ৰ দিৱস ২০২৩’ ৰ উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সহযোগত ৩১ মাৰ্চ, ২০২৩ তাৰিখে দিনৰ এক বজাত এখনি ‘শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত কৰা হয়। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মদেৱলৈ শ্ৰদ্ধাৰ্ঘ্যৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ অৰ্থে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠান …

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ছাত্ৰ দিৱস ২০২৩ উদযাপন Read More »