৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন
২৬/০১/ ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত অধ্যক্ষই গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে সমাজ, দেশ তথা দহৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইয়াৰ পিছতে ৭.৩০ বজাত অধ্যক্ষই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু […]
৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন Read More »








