পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

PDUAMB

Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya, Behali

Two Days International Conference in PDUAM, Behali

The Department of Botany in collaboration with the Department of Zoology and IQAC Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya (PDUAM), Behali, successfully organized the 2nd International Conference “Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development (ICB-2023)” on 10th and 11th February, 2023. About 300 researchers from Bhutan, Tanzania, Nepal, Bangladesh, Ethiopia, Kashmir, and Kerala participated in […]

Two Days International Conference in PDUAM, Behali Read More »

Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development

যোৱা ইং ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু প্ৰাণী বিজ্ঞান বিভাগ তথা IQAC ৰ সহযোগত “Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development (ICB-2023)” শীৰ্ষক ২য় আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন সুচাৰুৰূপে সম্পন্ন হৈ যায়। ভুটান, টানজেনিয়া, নেপাল, বাংলাদেশ, ইথিওপিয়া, কাশ্মীৰ, কেৰেলাকে ধৰি দেশ বিদেশৰ প্ৰায়

Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development Read More »

অবিভক্ত শোণিতপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা

ইং ৩ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে শ্ৰী কুকিল ভড়ালীৰ সভাপতিত্বত অবিভক্ত শোণিতপুৰ জিলাৰ কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণী ভাষণেৰে আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ জেষ্ঠ কৰ্মচাৰী শ্ৰী অনন্ত বৰঠাকুৰে। সভাত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ

অবিভক্ত শোণিতপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা Read More »

সৰস্বতী পূজা উদযাপন – ২০২৩

২৬/০১/ ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰৰে সৰস্বতী পূজা উদযাপন কৰা হয়। সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰে মহাবিদ্যালয়ৰ চৌপাশ৷ পূজাৰ শেষত উদ্যোক্তামণ্ডলীয়ে এটি প্ৰীতিভোজো আয়োজন কৰে৷

সৰস্বতী পূজা উদযাপন – ২০২৩ Read More »

৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

২৬/০১/ ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত  অধ্যক্ষই গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে সমাজ, দেশ তথা দহৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইয়াৰ পিছতে ৭.৩০ বজাত অধ্যক্ষই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু

৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন Read More »

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

২২ ডিচেম্বৰ ২০২২ তাৰিখে মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ, আই.কিউ.এ.চি.ৰ সমন্বয়কে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিহালী মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° হিমাংশু হাজৰিকা। বিভাগৰ মুৰব্বী ড° অজয় দত্তই অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ গণিতৰ ওপৰত এক বক্তৃতাও প্ৰদান কৰে। উপস্থিত

ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন Read More »

“পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰ

১৬ ডিচেম্বৰ ২০২২ ইং, শুক্ৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈ মহাবিদ্যালয়ৰ যুৱ টুৰিজ্যম ক্লাবৰ উদ্যোগত আৰু বাণিজ্য প্ৰশাসনীয় বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত “পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” (Tourism: Prospects and Role of Students) শীৰ্ষক এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুপৰীয়া ১২ বজাৰ পৰা ১২.৪৫ বজালৈ “উত্তৰ-পূৱ ভাৰতৰ পৰ্যটন”

“পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰ Read More »

মহাবিদ্যালয়ৰ প্ৰীতি বনভোজ

ইংৰাজী ১১ ডিচেম্বৰ ২০২২ তাৰিখ‌ ৰবিবাৰে, মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ তথা অধ্যক্ষৰ পৰিয়ালে মিলি অসম-অৰুণাচল সীমান্তবৰ্তী চিজুচাত এটি প্ৰীতি বনভোজৰ আয়োজন কৰে।

মহাবিদ্যালয়ৰ প্ৰীতি বনভোজ Read More »

International Conference On Biodiversity

Conference Topic: International Conference On Biodiversity: Exploration, Exploitation And Conservation For Sustainable Development Biodiversity has a significant place in today’s society, not only as a link to our heritage and the traditional use of natural resources but also as a basis for economic stability and growth. Sustainable management of biodiversity integrates the social, environmental and

International Conference On Biodiversity Read More »

অসমীয়া ডি. টি. পি.ৰ বিনামূলীয়া প্ৰশিক্ষণ

গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থ চৰ্চাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি তুলিবলৈ শাৰদীয় দুৰ্গাপূজাৰ সৈতে সঙ্গতি ৰাখি অসমীয়া বিভাগৰ সাহিত্য চ’ৰাই মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ২৯ ছেপ্তেম্বৰ, ২০২২ তাৰিখে এখনি গ্ৰন্থ ল’টাৰী অনুষ্ঠিত কৰে৷ প্ৰধানতঃ ছাত্ৰ-ছাত্ৰীৰ উৎসাহিত কৰাৰ উদ্দেশ্যেই উক্ত উপহাৰ খেলখনত শিক্ষকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ উপস্থিতিত গ্ৰন্থ ল’টাৰী খেলখন সুচাৰুৰূপে সম্পন্ন হৈ যায়৷ মুঠ বিজয়ীৰ

অসমীয়া ডি. টি. পি.ৰ বিনামূলীয়া প্ৰশিক্ষণ Read More »