বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত গণিত দিৱস পালন

বিহালীস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ২২ ডিচেম্বৰ ২০২৩ ত ৰাষ্ট্ৰীয় গণিত দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ, আইকিউএচিৰ সমন্বয়কে বিশিষ্ট অতিথিৰূপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভাগৰ মুৰব্বী ড° অজয় দত্তই আদৰণি ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ গণিতৰ যাদুও প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত সহকাৰী অধ্যাপিকা …

বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত গণিত দিৱস পালন Read More »