পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

আজি ইংৰাজী ১৫/০৮/ ২০২৩ তাৰিখে সমগ্ৰ দেশৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত মহাবিদ্যালয প্ৰাঙ্গণত সমবেত সকলোৰে আগত অধ্যক্ষই স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোকে সমাজ, দেশ তথা দহৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ইয়াৰ পিছতে ৭.৩০ বজাত অধ্যক্ষই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

Photos: