পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন
অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ লগত সংগতি ৰাখি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ইংৰাজী ৩ মে তাৰিখে ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন কৰা হয় । মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বহাগী উৎসৱত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে । স্থানীয় জেং বিহু দলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত দলীয় …
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন Read More »