Orientation Program for NAAC visit
ইংৰাজী ৩ মাৰ্চ, ২০২৩ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু কৰ্মচাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council) চমুকৈ NAAC ৰ প্ৰস্তুতি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষই NAAC ৰ স্বীকৃতিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি সকলোকে পূৰ্ণ সহযোগিতাৰে কাম কৰি NAAC ৰ …